মহানুভৱতা। সকলোৰে হৃদয়ত যেন অতিকৈ বিৰল। এই শব্দটি। অসহ্য কিছুমান ভাৱনাৰ পলকত নিতাল মৰা উশৃংখলতাই যেতিয়া পৰিৱেশটো গোমা কৰি পেলায় ; আতুৰ কষ্টবোৰক তেতিয়া প্ৰয়োজন হয় সঁহাৰিৰ। তেনে সময়তে অজশ্ৰ ভাৱনাই ঢৌ খেলি থাকে। দোমোজাত পৰাটো তেনে সময়ত স্বভাৱিক হৈ পৰে। বিশ্বাস,সহায়,সান্তনা……এইবোৰ এনে কিছু শব্দ, শোকাকুল হৃদয়ে প্ৰায়ে যাৰ অনুভূতি বিচাৰি ফূৰে। পৰিস্থিতি হয়তো কিছু পৃথক হৈ পৰিব পাৰে। মহানুভৱতাৰ পৰসত। দূখৰ চেলনীয়ে ভেজি পেলোৱা হাঁহিবোৰৰ সজীৱতা জানোচা বিৰিঙিয়ে উঠে!
She kissed me back. I still remember my first ever kiss. Yeah she did resist a bit But i could not resist my emotion. She was shy, Left me for some weeks . Today i found her with somebody else. She was not there in her thoughts With him.... Was calling me again... To be her soulmate. But I did not even touched her. Her eyes silently kissed me back Holding back her shy. I saw her ache ... Wanted to hold her back. I did not even noticed When she left me there... I could not .....hold her...grab her waist.! She left me with a good bye kiss.... Forever.
Comments
Post a Comment